বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিলে বাজেট | বাজেটৰ সবিশেষ

আজি বিধানসভাৰ মজিয়াত ২০২৩–২৪ বৰ্ষৰ বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰী অজন্তা নেওগে। বহিঃসাহায্যপ্ৰাপ্ত প্ৰকল্পৰ বাবে ৩১,২১২ কোটি টকা কেন্দ্ৰৰ অনুমোদন। ৪৫১০ কোটি টকাৰে আন্তঃৰাজ্যিক সংবহন উন্নীতকৰণ প্ৰকল্পৰ কাম। ডিমাহাছাওত ৩৮৭৫ কোটি টকাৰে অসম দুৰ্যোগ সহনশীল পথ উন্নয়ন প্ৰকল্পত অনুমোদন। অন্তৰ্দেশীয় জল পৰিবহণ প্ৰকল্পৰ বাবে ৭৭০ কোটি টকা আবণ্টন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিলচৰত বিজেপি-NDAৰ বিজয় উদযাপন। আতচবাজি-মিঠাইৰে আনন্দত মুখ্যমন্ত্ৰী

৪২টা ৱাৰ্ডৰ ভিতৰত বিজেপিৰ ৩২খন আসন, অগপৰ দখলত ২খন।...

৩০ বছৰৰ গৌৰৱময় যাত্ৰাৰ অন্ত! ইতিহাসৰ পাতত বিলীন হ’ব গুৱাহাটীৰ ‘দ্য ধাবা’

এখন ৰেষ্টুৰেণ্ট, কিন্তু গুৱাহাটীবাসীৰ বাবে ই আছিল বন্ধুৰ আড্ডা,...

কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ বাসগৃহত ED ৰ অভিযান

কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ বাসগৃহত ED ৰ অভিযান।...