আজি ২০২৩–২৪ বৰ্ষৰ বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী অজন্তা নেওগে

আজি পুৱা ১১ বজাত বিধানসভাৰ মজিয়াত ২০২৩–২৪ বৰ্ষৰ বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী অজন্তা নেওগে। ১.২২ লাখ কোটি টকাৰ বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী অজন্তা নেওগে।নতুন বাজেটত থাকিব ২৫খন নতুন কলেজ আৰু প্ৰতিখন সমষ্টিত বিজ্ঞান সন্মত হাইস্কুল।

এই বাজেটত শিক্ষাৰ ক্ষেত্ৰত আটাইতকৈ বিনিয়োগ হোৱাৰ সম্ভাৱনা। বুধবাৰে সংবাদ মাধ্যমৰ আগত বিত্তমন্ত্ৰীৰ ইংগিত মধ্যবিত্ত শ্ৰেণী আৰু মহিলাৰ বাবে বহু ভাল খবৰ থাকিব বাজেটত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চন্দ্ৰৰ দক্ষিণ মেৰুৰ বাহিৰেও আন ৪ স্থানত মানৱ অভিযানৰ পৰিকল্পনা! মংগল যাত্ৰাৰ পথো হ’ব সুগম

চন্দ্ৰৰ অজানা ৰহস্য উদ্ঘাটনৰ নতুন সম্ভাৱনা, চাৰিটা স্থানত গৱেষণাৰ...

মুখ্যমন্ত্ৰীৰ বাসগৃহ অভিমুখে ১২ হাজাৰ কৃষক; বিলাসী বাহনেৰে সমদল কৰি ৰাওনা প্ৰতিবাদী কৃষক

মহাৰাষ্ট্ৰত কৃষকৰ ঋণ ৰেহাই, খৰাঙৰ ক্ষতিপূৰণ আৰু শস্য বীমাৰ...

প্রকাশন পৰিষদ সাহিত্য বঁটা ২০২৬ৰ বাবে গ্রন্থ আহ্বান

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত বিগত বছৰৰ দৰেই এইবছৰো বিশিষ্ট...