অসম বাজেট : কোন বিভাগলৈ কিমান কোটি টকা?

পৰিৱেশ আৰু বন বিভাগৰ বাবে ১০৫৬.৭০ কোটি টকা আবণ্টন
আবকাৰী বিভাগৰ বাবে আবণ্টন দিয়া হৈছে ৯৯.৫৭ কোটি টকা
মীন বিভাগৰ বাবে আবণ্টন ১৭৫.০২ কোটি টকা
খাদ্য, অসামৰিক যোগান, গ্ৰাহক পৰিক্ৰমা বিভাগলৈ ৬০৯.৭৯ কোটি টকা আবণ্টন
সাধাৰণ প্ৰশাসন বিভাগলৈ আবণ্টন দিয়া হৈছে ৭১৮.১৬ কোটি টকা
হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম বিভাগৰ বাবে ৩৭৭.৭৫ কোটি টকা আবণ্টন
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ বাবে আবণ্টন ৭১৩০.১৯ কোটি টকা
উচ্চ শিক্ষা বিভাগত গ্ৰহণ কৰা হৈছে কেইবাখনো নতুন আঁচনি
এই আঁচনি ৰূপায়ণৰ বাবে আবণ্টন দিয়া হৈছে ৩৩৭২.৭৪ কোটি টকা
পাৰ্বত্য অঞ্চল উন্নয়ন বিভাগৰ বাবে ৮৬২৪.৯৩ কোটি টকা আবণ্টন
গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগত গ্ৰহণ বহুমূখী আঁচনি
বিভাগটোৰ বাবে বাজেটত ধাৰ্য কৰা হৈছে ৩৯৯১.৫৫ কোটি টকা
অসম চুক্তি ৰূপায়ণ বিভাগলৈ ৯.৪১ কোটি টকা আবণ্টন
খিলঞ্জীয়া জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগলৈ আবণ্টন ৪৫.২৫ কোটি টকা
উদ্যোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠানলৈ ৮১৩.৪৭ কোটি টকা আবণ্টন
তথ্য, জনসংযোগ, মুদ্ৰণ, লেখন সামগ্ৰী বিভাগলৈ আবণ্টন ১৬৭.৭৬ কোটি টকা
তথ্য-প্ৰযুক্তি বিভাগৰ উন্নয়নৰ বাবে আবণ্টন দিয়া হৈছে ১১৯.০৫ কোটি টকা
জলসিঞ্চন বিভাগলৈ আবণ্টন ১০৩২.৮৭ কোটি টকা
ন্যায়িক বিভাগলৈ বাজেটত আবণ্টন ৮৫৩.৬৭ কোটি টকা
শ্ৰম আৰু কল্যাণ বিভাগলৈ আবণ্টন দিয়া হৈছে ১১৫.৩১ কোটি টকা

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

গুৱাহাটীৰ বেলতলাত উদ্বোধন পিকলবল খেলৰ অত্যাধুনিক কৰ্ট

বিশ্বত দ্ৰুতগতিত জনপ্ৰিয় হৈ পৰা পিকলবল খেলৰ এখন কৰ্ট...

চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে যোৰহাট

চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে যোৰহাট। একাংশ উদণ্ড যুৱকৰ দলবদ্ধ আক্ৰমণত...

টীয়কত দুৰ্ঘটনাত পতিত হুঁচৰি দল, আহত প্ৰায় ১০ বিহুৱা-বিহুৱতী

নিশা টীয়কৰ ভগামুখত দুৰ্ঘটনাত পতিত হুঁচৰি দল কঢ়িওৱা মেজিক।...

আগন্তুক তিনিঘণ্টাত বতৰে ল’ব কালৰূপ!

প্ৰয়োজন নহ'লে নোলাব ঘৰৰ পৰা। আগন্তুক তিনিঘণ্টাত বতৰে ল'ব...