কাইলৈৰ পৰা অসমত পুনৰ হ’ব বৰষুণ-শিলাবৃষ্টি!

অসমকে ধৰি উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যত কাইলৈৰ পৰা আকৌ হ’ব বৰষুণ। ঠাইবিশেষে পাতলীয়াৰ পৰা প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা। কিছু কিছু ঠাইত হ’ব পাৰে শিলাবৃষ্টিও।

অসমৰ লগতে অৰুণাচল প্ৰদেশতো হ’ব বৰষুণ, ৰাজ্যখনৰ ভিন্ন প্ৰান্তত পৰিব বৰফ। নিম্নগামী হ’ব তাপমাত্ৰা। অব্যাহত থাকিব শীতপ্ৰবাহ। বতৰ বিজ্ঞান বিভাগৰ তৰফৰ পৰা জনোৱা হৈছে এই আগজাননী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...