ক’ভিডত নতুনকৈ আক্ৰান্ত হৈছে ৪৩১ জন লোক

ৰাজ্যত ক’ভিডত নতুনকৈ আক্ৰান্ত হৈছে ৪৩১ জন লোক। ইয়াৰ ভিতৰত গুৱাহাটী মহানগৰীত আক্ৰান্ত হৈছে ১০৬ জন লোক। একেদিনাই মৃত্যু হৈছে ৮জন ক’ভিড আক্ৰান্ত ৰোগীৰ। দিনটোত সৰ্বমুঠ ৩৩ হাজাৰ ৬৭৫ টা ক’ভিড পৰীক্ষা সম্পন্ন হৈছিল। পজিটিভিটীৰ হাৰ হৈছে ১.২৮ শতাংশ। সামগ্ৰিকভাৱে আৰোগ্য লাভৰ হাৰ হৈছে ৯৮.০৪ শতাংশ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ম্যানমাৰৰ সামৰিক বিমান আক্ৰমণত ৰাখাইন ৰাজ্যত ৪৯জন লোকৰ মৃত্যু, ৫৮জন আহত

ম্যানমাৰৰ ৰাখাইন (Rakhine) ৰাজ্যৰ এটা ব্যস্ত বজাৰৰ সমীপত সেনা...

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত প্ৰথমবাৰৰ বাবে দৃশ্যমান ভাৰতীয় ময়ূৰ

অসমৰ বন্যপ্ৰাণী আৰু পক্ষী বৈচিত্ৰ্যৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সংযোজন।...

দুটা দশকৰ পাছত ইৰাকৰ পৰা মাৰ্কিন সেনা প্ৰত্যাহাৰ; ইৰাণৰ প্ৰভাৱ বৃদ্ধিৰ সম্ভাৱনা

দুটা দশকৰো অধিক সময়ৰ সামৰিক উপস্থিতিৰ অন্তত ইৰাকত থকা...