দ্ৰুতবেগী ডাম্পাৰ মহতিয়ালে, শোকাৱহ দুৰ্ঘটনাই প্ৰাণ ল’লে প্ৰবক্তাৰ

শোকাৱহ দুৰ্ঘটনাত প্ৰবক্তাৰ মৃত্যু। ফৰকাটিঙত ডাম্পাৰ আৰু অল্ট’ৰ মুখামুখি সংঘৰ্ষ। থিতাতে নিহত ফৰকাটিং মহাবিদ্যালয়ৰ প্ৰবক্তা অংকুৰ শইকীয়া। গোলাঘাট-মেৰাপানী সংযোগী পথৰ শিঙিৰজানত এই দুৰ্ঘটনা। নিহত প্ৰবক্তাগৰাকীৰ ঘৰ যোৰহাটৰ নগাবাটত। দ্ৰুতবেগী ডাম্পাৰখনে মহতিয়াই নিয়ে অল্ট’ গাড়ীখন। ফলত ঘটনাস্থলীতে মৃত্যু হয় প্ৰবক্তাগৰাকীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

খেলি থাকোঁতেই মুখত সোমাল লোহাৰ ৰড! ৪০ মিনিটৰ জটিল অস্ত্ৰোপচাৰত প্ৰাণৰক্ষা ৫ বছৰীয়া শিশুৰ

গুজৰাটৰ পাটন জিলাৰ সামি তালুকাৰ বেদ গাঁৱত সংঘটিত হৈছে...

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, কামজঙত ২৮টা ঘৰ জ্বলাই দিয়াৰ অভিযোগ

মণিপুৰৰ কামজং জিলাত বিগত ২৪ ঘণ্টাত পৃথক পৃথক ঘটনাত...

এছিয়ান পেৰা গেমছত মোনা আগৰৱালৰ স্বৰ্ণ জয়; অৱনী লেখাৰাই লাভ কৰিলে ৰূপৰ পদক

এছিয়ান পেৰা গেমছত ভাৰতৰ পদক অভিযান আৰম্ভ হ’ল স্বৰ্ণ...