ক’ভিড আক্ৰান্তৰ এতিয়াও দ্বিতীয় স্থানত ভাৰত

দেশত ক্ৰমাৎ হ্ৰাস পাইছে ক’ভিডৰ সংক্ৰমণ। মঙলবাৰে ভাৰতত ক’ভিড আক্ৰান্ত হৈছে ৬৭ হাজাৰ ৫৯৭ জন লোক। ২৪ ঘণ্টাত মৃত্যু হৈছে ১ হাজাৰ ১৮৮ জন লোকৰ। দৈনিক পজিটিভিটীৰ হাৰ হৈছে ৫.০২ শতাংশ। বৰ্তমানেও আক্ৰান্তৰ শীৰ্ষত আছে কেৰালা।
আনহাতে, সমগ্ৰ বিশ্বতে ক’ভিডত আক্ৰান্ত হৈছে ৯ লাখ ৪০ হাজাৰ ৩৪৪ জন লোক। ২৪ ঘণ্টাত মৃত্যু হৈছে ৩ হাজাৰ ৩৫ জন লোকৰ। আৰোগ্য লাভ কৰিছে ১২ লাখ ৭৮ হাজাৰ ৪৫৬ জন লোকে। বৰ্তমানেও সক্ৰিয় ক’ভিড ৰোগী আছে ৭ কোটি ৪৪ লাখ ৭৩ হাজাৰ ৬৩৪ জন। আক্ৰান্তৰ শীৰ্ষত এতিয়াও আমেৰিকা যুক্তৰাষ্ট্ৰ, দ্বিতীয় স্থানত ভাৰত আৰু তৃতীয় স্থানত আছে ব্ৰাজিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নগাঁৱত বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ জয়। আনুষ্ঠানিক ঘোষণা নিৰ্বাচন আয়োগৰ

দেৱাশীষ শৰ্মাৰ হাতত আয়ুক্তই তুলি দিলে জয়ৰ প্ৰমাণপত্ৰ। ৰাজ্যজুৰি...

চাফা কৰাৰ চলেৰে ঘৰত প্ৰৱেশ, মহিলাক সংজ্ঞাহীন কৰি সোণৰ গহনা লুটি নিলে দুই প্ৰৱঞ্চকে

মহানগৰীৰ AT ৰোডৰ টকৌবাৰীত চাঞ্চল্যকৰ ডকাইতি কাণ্ড। চাফাই কৰ্মচাৰীৰ...

গুৱাহাটীত হোমষ্টে ব্যৱস্থাত কঠোৰ নিয়ম GMCৰ, দুৰ্গা পূজাত হ’ব স্বচ্ছতা প্ৰতিযোগিতা

গুৱাহাটী মহানগৰীত হোমষ্টে ব্যৱস্থাক নিয়মৰ মাজলৈ আনিবলৈ বিশেষ পদক্ষেপ...