লোকসভা নিৰ্বাচনৰ পূৰ্বেই দেশত বলৱৎ হ’ব ‘কা’

‘কা’ক লৈ প্ৰতিবাদৰ মাজতেই অমিত শ্বাহৰ বৃহৎ ঘোষণা। লোকসভা নিৰ্বাচনৰ পূৰ্বেই দেশত বলৱৎ হ’ব ‘কা’।
নিৰ্বাচনী অধিসূচনা জাৰিৰ পূৰ্বেই বলৱৎ হ’ব ‘কা, ২০১৯’। ‘কা’ দেশৰ এখন আইন, ইয়াক বলৱৎকৰণত কোনেও বাধা দিব নোৱাৰে। দিল্লীত এক সন্মিলনত ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। দেশজুৰি সৃষ্ট ব্যাপক প্ৰতিবাদৰ মাজতে অমিত শ্বাহৰ এই ঘোষণা। ‘কা’ৰ জৰিয়তে ২০১৪ৰ ৩১ ডিচেম্বৰলৈ অহা অনামুছলিম শৰণাৰ্থীয়ে পাব নাগৰিকতা। নিৰ্বাচনৰ পূৰ্বে ‘কা’ বলৱৎকৰণ বিজেপিৰ বাবে হ’ব অন্যতম নিৰ্বাচনী ইছ্যু।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...