২৬বছৰ বয়সতে মৃত্যু সুন্দৰী ADULT STAR ছফিয়া লিয়নিৰ

ADULT FILM INDUSTRYত যেন কালিকাহে লাগিছে! ইটোৰ পাছত সিটোকৈ মৃত্যুৰ ঘটনাই কঁপাই গৈছে উদ্যোগটোক। বছৰটোৰ আৰম্ভণিতে অভিনেত্ৰী থেনা ফিল্ডছক(THAINA FIELDS)ক কোঠাৰ ভিতৰেত মৃত অৱস্থাত পোৱা গৈছিল। কেৱল সেয়াই নহয়, ফেব্ৰুৱাৰীতো আন এগৰাকী ADULT STAR কাগনী লিন কাৰ্টাৰে (Kagney Linn Karter) জীৱনৰ চৰম সিদ্ধান্ত বাচি লৈছিল। কিন্তু তাৰ মাজতে এইবাৰ আহিছে আন এক দুখবৰ।

প্ৰাপ্তবয়স্ক চলচ্চিত্ৰৰ জনপ্ৰিয় অভিনেত্ৰী ছফিয়া লিয়নি আৰু নাই। ২৬বছৰ বয়সত মৃত্যু হয় অভিনেত্ৰীগৰাকীৰ। খবৰ অনুসৰি আমেৰিকাত নিজৰ কোঠাৰ ভিতৰতে মৃত অৱস্থাত উদ্ধাৰ কৰা হয় অভিনেত্ৰীগৰাকীক। এই খবৰৰ পাছত শোকস্তব্ধ হৈছে তেওঁৰ অনুৰাগী আৰু চলচ্চিত্ৰ উদ্যোগটোৰ অভিনেতা-অভিনেত্ৰীসকল। আনফালে সঘনাই এই উদ্যোগটোৰ অভিনেত্ৰীৰ মৃত্যুৰ খবৰে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে সকলোৰে মাজত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...