এইবাৰ বিহুত আপোনাৰ প্ৰিয় শিল্পী আচুৰ্য বৰপাত্ৰই ক’ত, কেতিয়া অনুষ্ঠান পৰিৱেশন কৰিব?

পদূলিমুখত হেঁপাহৰ ৰঙালী। ৰাজ্যজুৰি এতিয়া ৰঙালীক আদৰাৰ প্ৰস্তুতি তুংগত। প্ৰান্তে প্ৰান্তে এতিয়া শুনিবলৈ পোৱা গৈছে ঢোলৰ গুমগুমনি। বিহুৰ আখৰাত ব্যস্ত ডেকা–গাভৰুসকল। বিহু মঞ্চত কঁকাল ভাঙিবলৈ এতিয়া দিনে–নিশা চলাইছে প্ৰস্তুতি। ঠায়ে ঠায়ে চলিছে বিহুৰ আখৰা, ঢোল–পেঁপা–গগণাৰ মাতত ৰজনজনাইছে আকাশ–বতাহ।

আন আন শিল্পী সকলৰ দৰে বিহু মঞ্চৰ বাবে সাজু হৈছে সকলোৰে মৰমৰ কন্ঠশিল্পী আচুৰ্য বৰপাত্ৰ। ১৪ এপ্ৰিল তাৰিখে পশ্চিম গুৱাহাটী, ভৰলুমুখৰ পৰা আৰম্ভ হ’ব আচুৰ্য বৰপাত্ৰৰ অনুষ্ঠান। ইতিমধ্যে, শিল্পীজনে প্ৰথমখন তালিকা ৰাজহুৱা কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতত অব্যাহত মূল্যবৃদ্ধিৰ চাপ; আগষ্টত ভাৰতৰ পাইকাৰী মুদ্ৰাস্ফীতি ৯.৯২ শতাংশলৈ বৃদ্ধি

ভাৰতৰ পাইকাৰী মূল্যভিত্তিক মুদ্ৰাস্ফীতি আগষ্ট মাহত বৃদ্ধি পাই ৯.৯২...

আপুনিও বনাইছে নেকি AIত ফটো? ফটো বনোৱোৰ পূৰ্বে সাৱধান হওক

সামাজিক মাধ্যমৰ ফিডত এতিয়া আকৌ ঘূৰি আহিছে ৮০ৰ দশক।...

ৰিয়াৰ আদ্যশ্ৰাদ্ধৰ মাজতে আহিল ৰামানুজৰ মৃত্যুৰ খবৰ; আদ্যশ্ৰাদ্ধৰ কাম আধাতে সামৰি ঘৰলৈ উভতিল পুৰোহিত

বশিষ্ঠপুৰ কাণ্ডৰ মূল অভিযুক্ত ৰামানুজ গোস্বামীৰ মৃত্যু। পত্নী ৰিয়া...