কৰ্মচাৰীৰ দৰমহা আদায়ৰ নিৰ্দেশ চৰকাৰৰ

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে মাৰ্চ মাহৰ দৰমহা ৬ এপ্ৰিলৰ পৰা আদায় পাব। কৰ্মচাৰীয়ে ৪ শতাংশ অতিৰিক্ত মৰগীয়া বানচসহ এই দৰমহা লাভ কৰিব। ৰাজ্য চৰকাৰে কোষাগাৰসমূহলৈ ইতিমধ্যে এই বিষয়ে নিৰ্দেশনা জাৰি কৰিছে। ৰাজ্য চৰকাৰে এক বিবৃতিত এই কথা জানিবলৈ দিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

এতিয়াৰে পৰা গুৱাহাটীৰ পৰাই কেইবাখনো দেশৰ ভিছাৰ বাবে কৰিব...

মুখ্যমন্ত্ৰীৰ ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ

অসমৰ ৫.৪২ লাখ শিক্ষাৰ্থীলৈ প্ৰথম কিস্তিৰ চেক বিতৰণৰ শুভাৰম্ভ...

গুৱাহাটীত প্ৰায় ৮ কোটি টকাৰ ড্ৰাগছ জব্দ; গ্ৰেপ্তাৰ দম্পতী

মহানগৰীৰ দিছপুৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা এক বৃহৎ অভিযানত...