দ্ৰুতবেগী ডাম্পাৰ মহতিয়ালে, শোকাৱহ দুৰ্ঘটনাই প্ৰাণ ল’লে প্ৰবক্তাৰ

শোকাৱহ দুৰ্ঘটনাত প্ৰবক্তাৰ মৃত্যু। ফৰকাটিঙত ডাম্পাৰ আৰু অল্ট’ৰ মুখামুখি সংঘৰ্ষ। থিতাতে নিহত ফৰকাটিং মহাবিদ্যালয়ৰ প্ৰবক্তা অংকুৰ শইকীয়া। গোলাঘাট-মেৰাপানী সংযোগী পথৰ শিঙিৰজানত এই দুৰ্ঘটনা। নিহত প্ৰবক্তাগৰাকীৰ ঘৰ যোৰহাটৰ নগাবাটত। দ্ৰুতবেগী ডাম্পাৰখনে মহতিয়াই নিয়ে অল্ট’ গাড়ীখন। ফলত ঘটনাস্থলীতে মৃত্যু হয় প্ৰবক্তাগৰাকীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...