BTR চুক্তিৰ দ্বিতীয় বৰ্ষপূৰ্তি, উখল–মাখল সমগ্ৰ BTR

আজি BTR চুক্তিৰ দ্বিতীয় বৰ্ষপূৰ্তি। দ্বিতীয় বৰ্ষপূৰ্তিৰ বাবে উখল–মাখল সমগ্ৰ BTR। ২০২০ চনৰ ২৭ জানুৱাৰীত সম্পন্ন হৈছিল BTR চুক্তি। নতুন দিল্লীত গৃহমন্ত্ৰীৰ সৈতে চুক্তিত স্বাক্ষৰ কৰিছিল হাগ্ৰামা মহিলাৰী, প্ৰমোদ বড়ো, NDFBৰ নেতৃত্ব লগতে অসম চৰকাৰে। বিগত বৰ্ষত BTR চুক্তিৰ উপলক্ষে বিশাল আয়োজনৰ ব্যৱস্থা কৰা হৈছিল। যি অনুষ্ঠানত উপস্থিত আছিল গৃহ মন্ত্ৰী অমিত শ্বাহ। কিন্তু এই বৰ্ষত ক’ভিড প্ৰ’টকলৰ বাবে অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে বৰ্ষপূৰ্তি অনুষ্ঠান। BTRৰ চাৰিওখন জিলাতে ক’ভিড প্ৰ’টকল মানি অনুষ্টুপীয়াকৈ আয়োজন কৰা হ’ব বৰ্ষপূৰ্তি অনুষ্ঠান। কোকৰাঝাৰৰ অনুষ্ঠানত উপস্থিত প্ৰমোদ বড়োৰ লগতে UPPLৰ নেতা-কৰ্মী। লগতে উপস্থিত এবছুৰ নেতৃবৃন্দ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...