ক’ভিডত আক্রান্ত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ক’ভিডত আক্রান্ত। ২০২০ বৰ্ষৰ আগষ্ট মাহতো প্ৰথমবাৰৰ বাবে কভিডত আক্ৰান্ত হৈছিল। ইফালে ৰাজ্যত হ্ৰাস পাইছে ক’ভিডৰ টেষ্ট। ক’ভিডৰ টেষ্ট হ্ৰাস পাইছে যদিও কমা নাই সংক্ৰমিতৰ হাৰ। বুধবাৰে ৰাজ্যত পজিটিভিটীৰ হাৰ ৯.৮৫ শতাংশ। সৰ্বমুঠ ক’ভিডৰ টেষ্ট সম্পন্ন হৈছিল ১৯ হাজাৰ ৮০৩ টা। দিনটোত নতুনকৈ ক’ভিডত আক্ৰান্ত হয় ১৯৫১ জন । কেৱল কামৰূপ মহানগৰীতে আক্ৰান্ত ৪২২ জন। দিনটোত ৰাজ্যত বৃদ্ধি মৃত্যুৰ সংখ্যা। বিগত ২৪ ঘণ্টাত ২১ জন ক’ভিড ৰোগীৰ মৃত্যু।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জুবিন গাৰ্গৰ ন্যায়ৰ স্বাৰ্থত মোৰ সাক্ষ্যই সহায় কৰিলে জীৱন সাৰ্থক হ’ব: ৰাজেশ ভূঞা

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক কেন্দ্ৰ কৰি আজি আদালতত সাক্ষ্যদানৰ...

‘লাঠিৰ প্ৰত্যুত্তৰ বাঁহীৰে…!’ প্ৰতিবাদকাৰীক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ অভিযোগৰ মাজতে বাঁহীৰে প্ৰতিবাদ ৰাহুল গান্ধীৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ...

দুৰ্গোৎসৱক লৈ মহানগৰ আৰক্ষীৰ কঠোৰ নিৰ্দেশনা; নিশা ১০ বজাৰ পাছত উচ্চস্বৰত বজাব নোৱাৰিব মাইক

গুৱাহাটী মহানগৰীত শাৰদীয় দুৰ্গোৎসৱ সুকলমে আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ...

মাৰ্কিন গায়িকা মেৰী মিলবেনৰ বিস্ফোৰক দাবী; আমেৰিকাৰ নিৰ্বাচিত দাতাৰ পৰা CJP-এ ধন লাভ কৰে

আমেৰিকান গায়িকা মেৰী মিলবেনে বুধবাৰে এক বিস্ফোৰক দাবী কৰে...