দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ পূবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

গুৱাহাটী, ২৪ জুলাই, NKTV: কিছু সময় পিছতে শ্বিলঙত উপস্থিত হ’ব কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ। দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ পূবলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
১২.৪০ বজাত northeast space application centerত multipurpose conference and exhibition facility মুকলি কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে।
তাৰ পিছত মৱিংঙত উপস্থিত হৈ ISBT মুকলি অনুষ্ঠানত ভাগ ল’ব অমিত শ্বাহ। ইয়াৰ পিছতেই ৪.২০ বজাত উম্চাৱলিত উপস্থিত হৈ এক অক্সিজেন PLANT মুকলি কৰিব বুলি জানিব পৰা গৈছে। বিয়লি উত্তৰ-পূৱৰ আটাইবোৰ মুখ্যমন্ত্ৰীৰে সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...