মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰি আৰক্ষীৰ জালত নলবাৰীৰ যুৱতী

গুৱাহাটী, ২২ জুলাই, NKTV: বুধবাৰে নলবাৰী আৰক্ষীয়ে এগৰাকী ছোৱালীক আটক কৰে। ছোৱালীগৰাকীয়ে হোৱাটছএপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ অভিযোগত এগৰাকী ছোৱালীক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ছোৱালীগৰাকীৰ নাম পাকিজা বেগম বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে, ছোৱালীজনীয়ে হোৱাটছএপত মুখ্যমন্ত্ৰীকলৈ গো মাংস আগবঢ়োৱাৰ কথা লিখিছিল। পাকিজা বেগমে নিজৰ হোৱাটছএপ ষ্টেটাচত এই কথা খিনি আপডেট কৰিছিল। তাৰ পিছতেই বুধবাৰে পুৱা এই হোৱাটছএপ ষ্টেটাচটো ভাইৰেল পৰে। বুধবাৰে দুপৰীয়া পাকিজাক নলবাৰীৰ কুমাৰকুচি অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। ইতিমধ্যে এই বিষয়টোৰ সন্দৰ্ভত তদন্ত অব্যাহত আছে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

বজাৰলৈ আহি আছে FASTag বাৰ্ষিক পাছ!

কেন্দ্ৰীয় চৰকাৰে ফাষ্টটেগৰ বাৰ্ষিক পাছৰ ব্যৱস্থা আৰম্ভ কৰিবলৈ গৈ...

ধুবুৰীৰ সমান্তৰালকৈ লক্ষীমপুৰতো ইছলামিকস্তানৰ আখৰাৰ অভিযোগ হিন্দু যুৱ-ছাত্ৰৰ

ধুবুৰীৰ সমান্তৰালকৈ লক্ষীমপুৰতো ইছলামিকস্তানৰ আখৰা চলোৱা অভিযোগ উত্থাপন কৰিছে...

ট্ৰাম্পৰ সৈতে ৩৫ মিনিট সময় কথা পাতিলে মোদীয়ে

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে ফোনত কথা-বতৰা হৈছে ভাৰতৰ...

কেদাৰনাথ যাত্ৰা পথত ভূমিস্খলন! মূৰত শিল পৰি ২ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু, ৩ জন আহত

কেদাৰনাথ যাত্ৰাৰ পথত বিপৰ্যয়! বুধবাৰে কেদাৰনাথত ভূমিস্খলনৰ ফলত দুজন...