দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ পূবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

গুৱাহাটী, ২৪ জুলাই, NKTV: কিছু সময় পিছতে শ্বিলঙত উপস্থিত হ’ব কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ। দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ পূবলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
১২.৪০ বজাত northeast space application centerত multipurpose conference and exhibition facility মুকলি কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে।
তাৰ পিছত মৱিংঙত উপস্থিত হৈ ISBT মুকলি অনুষ্ঠানত ভাগ ল’ব অমিত শ্বাহ। ইয়াৰ পিছতেই ৪.২০ বজাত উম্চাৱলিত উপস্থিত হৈ এক অক্সিজেন PLANT মুকলি কৰিব বুলি জানিব পৰা গৈছে। বিয়লি উত্তৰ-পূৱৰ আটাইবোৰ মুখ্যমন্ত্ৰীৰে সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ সৌভাগ্যশালী যাত্ৰী ৰমেশ বিশ্বাস কুমাৰ

বৃহস্পতিবাৰে আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তৰ্জাতিক বিমানবন্দৰৰ সমীপৰ মেঘানিনগৰত...

১০ মিনিট দেৰি কৰাৰ বাবে ফ্লাইটখন মিছ কৰিছিল এইগৰাকী সৌভাগ্যশালী মহিলাই

আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তৰ্জাতিক বিমানবন্দৰৰ সমীপৰ মেঘানিনগৰত এয়াৰ...

এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনা : ৮,২০০ ঘণ্টাৰ উৰণৰ অভিজ্ঞতা আছিল কেপ্তেইন সুমিত ছভাৰৱালৰ

আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তৰ্জাতিক বিমানবন্দৰৰ সমীপৰ মেঘানিনগৰত এটা...

বোৱিং ৭৮৭-৮ ড্ৰিমলাইনাৰৰ কাৰিকৰী সমস্যাৰ ইতিহাস

বোৱিং ৭৮৭-৮ ড্ৰিমলাইনাৰ, যি এখন অত্যাধুনিক বাণিজ্যিক বিমান হিচাপে...