জুন মাহত দিল্লীত ১৯ হাজাৰ মৃত্যুৰ প্ৰমাণপত্ৰ জাৰী; ২০২০ বৰ্ষৰ দুগুণ!

গুৱাহাটী, ৩ জুলাই, NKTV: দেশত হ্ৰাস পাইছে কৰ’নাৰ সংক্ৰমণ। যদিও বৰ্তমানেও দেশৰ ৰাজধানী নতুন দিল্লীত মৃত্যুৰ পঞ্জীয়ন হ্ৰাস পোৱা নাই। চহৰখনৰ তিনিটা পৌৰ নিগমৰ তথ্য অনুসৰি, বিগত বৰ্ষৰ জুন মাহত ১১,৬৪২ জনৰ বিপৰীতে ২০২১ চনৰ জুন মাহত ১৯,৩৬৬খন মৃত্যুৰ প্ৰমাণপত্ৰ জাৰী কৰা হৈছিল।

এই বছৰৰ এপ্ৰিল, মে’ আৰু জুনৰ বাবে মৃত্যুৰ প্ৰমাণপত্ৰৰ মুঠ সংখ্যাই ৫৮,৮৩৯ৰ সীমা স্পৰ্শ কৰিছে। এই সংখ্যাটোত নতুন দিল্লী পৌৰ পৰিষদ আৰু দিল্লী কেণ্টনমেণ্ট ব’ৰ্ড অঞ্চলত জাৰী কৰা মৃত্যুৰ প্ৰমাণপত্ৰ অন্তৰ্ভুক্ত নহয়। জনস্বাস্থ্য বিভাগৰ শেহতীয়া প্ৰতিবেদন অনুসৰি উত্তৰ নিগমে এই মাহৰ জুন মাহত ১০,৭১৫ খন প্ৰমাণপত্ৰ, দক্ষিণ নিগমে ৬,৮৩২ খন আৰু পূব নিগমে ১,৮১৯ খন প্ৰমাণপত্ৰ জাৰী কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মৃত্যুক লৈ ব্যৱসায়! প্ৰাক্তন অভিযন্তাৰ কাণ্ডত তোলপাৰ বিশ্ব

মৃত্যুক লৈ ব্যৱসায়! কেতিয়াও নোহোৱা নোপোজা ঘটনা ঘটিল এইখন...

বিশিষ্ট কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ দেহাৱসান

বিশিষ্ট কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ দেহাৱসান। ৮৯ বছৰ বয়সত মুম্বাইৰ...

কটন বিশ্ববিদ্যালয়ত বেডমিণ্টনৰ সুবিধা ব্যৱহাৰৰ বাবে অসম ক্ৰীড়া প্ৰাধিকৰণৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ

কটন বিশ্ববিদ্যালয়ত অৱস্থিত বেডমিণ্টন খেলৰ সুবিধাৰ ব্যৱহাৰৰ উদ্দেশ্যে কটন...