ক’ভিডৰ তৃতীয় ঢৌৱে ভাৰতবাসীক চুব নোৱাৰে :

গুৱাহাটী, ৩ জুলাই, NKTV: ক’ভিডৰ তৃতীয় ঢৌৱে ভাৰতবাসীক চুব নোৱাৰে। মঙলবাৰে এই তাৎপর্যপূৰ্ণ মন্তব্য কৰিলে AIIMS দিল্লীৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াই। ক’ভিডৰ তৃতীয় ঢৌ সন্দৰ্ভত নিজৰ মন্তব্য প্ৰকাশ কৰি উল্লেখ কৰে যে, ভাৰতবাসীয়ে সাৱধানতা অৱলম্বন কৰাৰ লগতে দেশবাসীয়ে সময়মতে ভেকচিন গ্ৰহণ কৰিলে ভাৰতবাসীয়ে ক’ভিডৰ তৃতীয় ঢৌৰ পৰা পৰিত্ৰাণ পাব।

ক’ভিড-১৯ত আক্ৰান্ত দেশৰ সক্ৰিয় ৰোগী সকলক ড০ গুলেৰিয়াই পৰামৰ্শও দিয়ে।

“ঘটনাবোৰ হ্ৰাস পাইছে কিন্তু কিছুমান ঠাইত এতিয়াও সংক্ৰমণৰ হাৰ উচ্চ, আমি সেই ঠাইবোৰত সমস্যাটো সক্ৰিয় ভাৱে সমাধান কৰিব লাগিব, ডাঃ গুলেৰিয়াই কয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ধেমাজিত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ গাইড শিক্ষকৰ প্ৰশিক্ষণ কৰ্মশালা সম্পন্ন

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ (NCSC) ২০২৬ৰ প্ৰস্তুতিৰ অংশ হিচাপে...

আমেৰিকাৰ আদালতে খাৰিজ কৰিলে গৌতম আদানীৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰ

নিউয়ৰ্কৰ এখন ফেডাৰেল আদালতৰ বিচাৰক নিকোলাছ গাৰাউফিছে (Judge Nicholas...

মহাকাশ গৱেষণাত নতুন দিগন্ত: ‘মুন বেছ’ প্ৰকল্পৰ বাবে ইছৰোক আমন্ত্ৰণ জনালে নাছাই

মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই (NASA) ভাৰতীয় মহাকাশ গৱেষণা...