মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ এন বীৰেন সিঙৰ

মণিপুৰৰ ৰাজনীতিত ব্যাপক চাঞ্চল্য। মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ এন বীৰেন সিঙৰ। মণিপুৰত শীঘ্ৰেই ৰাষ্ট্ৰপতি শাসন প্ৰযোজ্য কৰাৰ সম্ভাৱনা। ৰাজভৱনত ৰাজ্যপালক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ দিলে মুখ্যমন্ত্ৰীজনে। মুখ্যমন্ত্ৰীৰ সৈতে গৈছিল বিজেপিৰ উত্তৰ–পূবৰ তত্বাৱধায়ক সম্বিত পাত্ৰ। মুখ্যমন্ত্ৰীৰ সৈতে আছিল বিজেপিৰ ৯জন বিধায়ক। বিগত সময়ছোৱাত মুখ্যমন্ত্ৰীৰ কাম–কাজত অসন্তুষ্টি প্ৰকাশ বিজেপি বিধায়কসকলৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...