কলকাতাৰ আৰ জি কৰ হাস্পতালৰ ধ*ৰ্ষণ-হত্যাকাণ্ডৰ ৰায় আদালতৰ

কলকাতাৰ আৰ জি কৰ হাস্পতালৰ ধৰ্ষণ-হত্যাকাণ্ডৰ ৰায় আদালতৰ। ধৃত চিভিক ভলণ্টিয়াৰ, সঞ্জয় ৰায়ক কৰিলে দোষী সাব্যস্ত। আদালতৰ মতে সঞ্জয় ৰায় এই ঘটনাৰ একমাত্ৰ অপৰাধী। ঘটনাৰ ১৬২ দিনৰ ভিতৰত আদালতে দিলে ৰায়। সোমবাৰে দুপৰীয়া ১২ বজাত শিয়ালদহ আদালতে ঘোষণা কৰিব শাস্তিৰ পৰিমাণ। যোৱা বছৰ ৯ আগষ্টত এগৰাকী তৰুণী চিকিৎসক বলি হৈছিল ধৰ্ষণ-হত্যাৰ। সেই ঘটনাক লৈ দেশজুৰি সৃষ্টি হৈছিল ব্যাপক চাঞ্চল্যৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২০২৫ বৰ্ষৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা ঘোষণা

২০২৫ বৰ্ষৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ...

জৰ্ডানৰ গীৰ্জাত গুলীচালনা, ৭জন লোক নিহত হোৱাৰ লগতে ৪০জন আহত

জৰ্ডানত শুকুৰবাৰে এটা গীৰ্জা ঘৰত অন্ত্যেষ্টিক্ৰিয়া চলি থকাৰ সময়তে...

দিল্লীৰ দুখন বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি; ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী

ৰাজধানী দিল্লীৰ দুখন আগশাৰীৰ বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি অহাৰ...