গ্ৰেপ্তাৰ হ’ল শুকুৰ আলী

অৱশেষত গ্ৰেপ্তাৰ হ’ল পত্নীক হত্যাত অভিযুক্ত শুকুৰ আলী। গৰৈমাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমৰজ্যোতি ডেকাই গ্ৰেপ্তাৰ কৰে শুকুৰ আলীক। উল্লেখ্য যে শুকুৰ আলীয়ে নিজ গৃহতেই ঘপিয়াই হত্যা কৰিছিল পত্নীক। দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ আলিকাষ গাঁৱত সংঘটিত হৈছিল এই ঘটনা। ঘটনা সংঘটিত কৰি পলায়ন কৰিছিল পৰিয়ালৰ লগতে স্বামীয়ে। শুকুৰবাৰে উত্তেজিত ৰাইজে ভাগি লণ্ডভণ্ড কৰিছিল শুকুৰ আলীৰ বাসগৃহ। তাৰ পিছতেই শুকুৰ আলীক বিচাৰি আৰক্ষীয়ে চলাইছিল অভিযান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

AC নোহোৱাকৈয়ে কমাব পাৰিব কোঠাৰ ভিতৰৰ আৰ্দ্ৰতা: ঘৰখনক আৰামদায়ক কৰি ৰাখিবলৈ কিছু সহজ টিপছ

বৰ্ষাকাল বা বাৰিষাৰ আগমন নিশ্চয়কৈ এক সকাহজনক খবৰ। কিন্তু...

প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ অন্যতম শক্তিশালী নেতা: ২০১৯ৰ MAN vs WILDৰ স্মৃতি ৰোমন্থন বিয়েৰ গ্ৰিলছৰ

ব্ৰিটেইনৰ প্ৰখ্যাত দুঃসাহসী অভিযাত্রী তথা জনপ্ৰিয় দূৰদৰ্শন ব্যক্তিত্ব বিয়েৰ...