আৰক্ষীয়ে গিজগিজাই থকা গুৱাহাটীত পুনৰ দিন ডকাইতি

দিনক দিনে যেন অপৰাধীৰ ৰম্যভূমিলৈ পৰ্যৱসিত হৈছে মহানগৰী গুৱাহাটী। ইটোৰ পিছত সিটোকৈ অপৰাধে দৈনিক সংবাদ শিৰোনাম দখল কৰাৰ সময়তে এইবাৰ সংঘটিত হৈছে আন এক অপৰাধ। আৰক্ষীয়ে গিজগিজাই থকা গুৱাহাটীত পুনৰ দিন ডকাইতি। ভঙাগড়ত সংঘটিত হৈছে এই ডকাইতি কাণ্ড। বাইকত অহা দুৰ্বৃত্তই এজনৰ পৰা লুটি নিলে ৫ লাখ টকা। উল্লেখ্য যে বেংকৰ পৰা ধন উলিয়াই আনিছিল লোকজনে। এই ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ। প্ৰশ্ন উঠিছে আৰক্ষীৰ ভূমিকাৰ ওপৰতো।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ম্যানমাৰত নগা উগ্ৰপন্থীৰ শিবিৰত ভয়ংকৰ আক্ৰমণ, নিহত ৩৬ উগ্ৰপন্থী

ম্যানমাৰ সেনাই নগা উগ্ৰপন্থীৰ বিৰুদ্ধে চলোৱা এক ভয়ংকৰ সামৰিক...

সন্মুখত দুই লাখ নিযুক্তিৰ লক্ষ্য, HBS 2.0ৰ প্ৰথম নিযুক্তি সমাৰোহত ৪৩৯গৰাকীক নিযুক্তি পত্ৰ প্ৰদান মুখ্যমন্ত্ৰীৰ

ৰাজ্যত চৰকাৰী নিযুক্তিৰ ধাৰা অব্যাহত ৰাখি মুখ্যমন্ত্ৰী ড° হিমন্ত...