কলকাতাৰ আৰ জি কৰ হাস্পতালৰ ধ*ৰ্ষণ-হত্যাকাণ্ডৰ ৰায় আদালতৰ

কলকাতাৰ আৰ জি কৰ হাস্পতালৰ ধৰ্ষণ-হত্যাকাণ্ডৰ ৰায় আদালতৰ। ধৃত চিভিক ভলণ্টিয়াৰ, সঞ্জয় ৰায়ক কৰিলে দোষী সাব্যস্ত। আদালতৰ মতে সঞ্জয় ৰায় এই ঘটনাৰ একমাত্ৰ অপৰাধী। ঘটনাৰ ১৬২ দিনৰ ভিতৰত আদালতে দিলে ৰায়। সোমবাৰে দুপৰীয়া ১২ বজাত শিয়ালদহ আদালতে ঘোষণা কৰিব শাস্তিৰ পৰিমাণ। যোৱা বছৰ ৯ আগষ্টত এগৰাকী তৰুণী চিকিৎসক বলি হৈছিল ধৰ্ষণ-হত্যাৰ। সেই ঘটনাক লৈ দেশজুৰি সৃষ্টি হৈছিল ব্যাপক চাঞ্চল্যৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্গাপূজাৰ সপ্তমীত অতিৰিক্ত বন্ধ ঘোষণা; ১৭ অক্টোবৰত বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়

দুৰ্গাপূজাৰ মহাসপ্তমী উপলক্ষে অসম চৰকাৰে ২০২৬ চনৰ ১৭ অক্টোবৰ,...