গুৱাহাটীৰ ভাৰাঘৰত উদ্ধাৰ দেৰগাঁৱৰ ছাত্ৰৰ মৃতদেহ

গুৱাহাটীত প্ৰকৃততে হৈছে কি? এগৰাকীৰ পিছত আনগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ উদ্ধাৰ হৈছে ছাত্ৰৰ মৃতদেহ। ৰহস্যজনক অৱস্থাত উদ্ধাৰ দেৰগাঁৱৰ কাকডোঙাৰ মেধাৱী ছাত্ৰ অনিমেষ বৰাৰ মৃতদেহ। গুৱাহাটীৰ আৰ্যভট্ট বিদ্যাপীঠ মহাবিদ্যালয়ৰ প্ৰথম বৰ্ষৰ ছাত্র আছিল অনিমেশ।

উল্লেখ্য যে বিহুৰ আগত ঘৰলৈ গৈ চৰকাৰে প্ৰদান কৰা স্কুটি লৈ গুৱাহাটীলৈ আহিছিল ছাত্ৰজন। কিন্তু স্কুটী পোৱাৰ সেই আনন্দ বেছি দিন নাথাকিল। ৰহস্যজনক অৱস্থাত ভাৰাঘৰত উদ্ধাৰ হ’ল অনিমেষৰ মৃতদেহ। আনফালে অনিমেষ বৰাৰ মৃত্যু পৰিকল্পিত হত্যা বুলি সন্দেহ পৰিয়ালৰ লোকৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসমত নল গাহৰিৰ আশাব্যঞ্জক পুনৰুত্থান: ৬ৰ পৰা ১৯৪লৈ বৃদ্ধি সংখ্যা

অসমৰ সংৰক্ষণমূলক প্ৰচেষ্টাই লাভ কৰিছে এক উল্লেখযোগ্য সফলতা। বিলুপ্তিৰ...

‘এইবাৰ মই টাৰ্গেট নেকি?’ জুবিন গাৰ্গৰ বন্ধু তথা সংগীতজ্ঞ পাৰ্থপ্ৰতিম গোস্বামীৰ বিস্ফোৰক পোষ্ট

জুবিন গাৰ্গৰ ন্যায় বিচাৰি মাত মাতি অহা বন্ধু পাৰ্থপ্ৰতিম...

প্ৰেম, সন্দেহ, হ/ত্যা…প্ৰেমৰ নামত আৰু কিমানে হেৰুৱাব লাগিব জীৱন?

গুৱাহাটী মহানগৰীৰ মাজমজিয়াত ৰিয়া হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নোযাওঁতেই ৰাজ্যত...

চীন-ভাৰতৰ সীমা সমস্যা হ’বনে সমাধান? BRICS ত কি কি ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ মোদী-ছি জিনপিং?

ৰাছিয়াৰ কাজানত অনুষ্ঠিত বৈঠকৰ দুবছৰৰ পাছত শনিবাৰে নতুন দিল্লীত...