মহানগৰীত যুৱতীক ছুৰিকাঘাত কৰি পলায়ন দুৰ্বৃত্তৰ

মহানগৰীৰ দিছপুৰ লাষ্টগে’টৰ নাহৰণি পথত চাঞ্চল্যকৰ ঘটনা।যুৱতীক ছুৰিকাঘাত কৰি পলায়ন দুৰ্বৃত্তৰ। এখন ছুইফট ডিজায়াৰত অহা দুৰ্বৃত্তই সংঘটি কৰিলে এই কাণ্ড। ৰেপিড’ৰ বাবে ৰৈ আছিল যুৱতীগৰাকী। আহত যুৱতীগৰাকীৰ নাম মৌচুমী গগৈ। ঘটনাস্থলীত উপস্থিত মহানগৰ আৰক্ষী। আহত যুৱতীগৰাকীক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ বায়ু প্ৰদূষণ বৃদ্ধি, বায়ুৰ গুণগত মানৰ অৱনতি; AQI ২২৭লৈ উন্নীত

ৰাজধানী দিল্লীত চলিত বৰ্ষত প্ৰথমবাৰৰ বাবে বায়ুৰ গুণগত মান...

বিজয়া দশমীৰ আনন্দৰ মাজতে ৰাজ্যত ২টাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা; নিহত ৩ যুৱক, গুৰুতৰভাৱে আহত ২জন

দেৰগাঁও আৰু ছিপাঝাৰ, শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ-উল্লাসৰ মাজতে ৰাজ্যত সংঘটিত...