কাইলৈ ৰাজ্যৰ ১২ জিলাত ৰাজহুৱা বন্ধ ঘোষণা

কাইলৈ ৰাজ্যৰ ১২ জিলাত ৰাজহুৱা বন্ধ ঘোষণা। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৪ সমষ্টিত ৰাজহুৱা বন্ধ।
কোকৰাঝাৰ, ধুবুৰী, বৰপেটা আৰু গুৱাহাটী লোকসভা সমষ্টিত এই বন্ধ। তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ৭ মে’ত বন্ধ ঘোষণা। ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰিছে নিৰ্দেশনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...