কামৰূপ মহানগৰ জিলা পৰিবহণ কাৰ্যালয়ৰ সৰ্বাধিক ৰাজহ সংগ্ৰহত অভিলেখ

২০২৩-২৪ বিত্তীয় বৰ্ষত কামৰূপ মহানগৰ জিলা পৰিবহণ কাৰ্যালয়ৰ সৰ্বাধিক ৰাজহ সংগ্ৰহ।

সৰ্বাধিক ৪৭০কোটি, ১০লাখ, ৬ হাজাৰ, ৪৩ (৪৭০,১০,০৬,০৪৩)টকা সংগ্ৰহ

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বৰ ২২-২৩ বিত্তীয় বৰ্ষত ৰাজহ সংগ্ৰহ হৈছিল ৩৬৪ কোটি,৯৪ লাখ,৫০ হাজাৰ,৮৬৯ টকা

বিগত বৰ্ষতকৈ প্ৰায় ১০৬ কোটি টকাৰ অধিক ৰাজহ সংগ্ৰহ কৰিলে কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ে।

ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰিৰ বাবে জিলাখনত অভিলেখ হাৰত কৰ সংগ্ৰহ হোৱা বুলি মন্তব্য কৰি প্ৰতিজন যান-বাহনৰ মালিকক ধন্যবাদ জ্ঞাপন কৰে উপ-পৰিবহন আয়ুক্ত গৌতম দাসে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

E-20 ইন্ধন ব্যৱহাৰৰ সপক্ষে কেন্দ্ৰৰ স্পষ্টীকৰণ; ছ’চিয়েল মিডিয়াৰ ‘ভ্ৰান্ত খবৰ’ক গুৰুত্ব নিদিবলৈ গ্ৰাহকক আহ্বান

দেশত ইথানল মিশ্ৰিত পেট্ৰ’ল (EBP) কাৰ্যসূচীৰ সপক্ষে কেন্দ্ৰীয় পেট্ৰ’লিয়াম...

অসম বাজেট ২০২৬-২৭: ১৮খন ধ্বজাবাহী আঁচনি আৰু ব্যাপক সংস্কাৰমূলক পদক্ষেপ ঘোষণা বিত্তমন্ত্ৰীৰ

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বিধানসভাত ২০২৬-২০২৭ বিত্তীয় বৰ্ষৰ বাবে...