ফ্রেন্স অ’পেন বেডমিণ্টনত ভাৰতৰ চমক

ফ্রেন্স অ’পেন বেডমিণ্টনত ভাৰতৰ চমক। প্ৰতিযোগিতাৰ পুৰুষ ডাবলছত ভাৰতৰ জয়। সত্বিকছৈৰাজ আৰু চিৰাগ ছেট্টীয়ে জয় কৰিলে এই খিতাপ। যুটীটোৱে দ্বিতীয়বাৰলৈ জয় কৰিলে পুৰুষৰ এই খিতাপ। চাইনিজ টাইপেইৰ প্রতিদ্বন্দ্বীক পৰাস্ত কৰি খিতাপ ভাৰতীয় যুটীৰ। ২১-১১, ২১-১৭ৰ পোনপটীয়া ছেটত ভাৰতৰ জয়লাভ। প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছিল পেৰিছত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...