নিৰ্বাচনী ব’ণ্ডক লৈ SBIৰ আবেদন খাৰিজ সৰ্বোচ্চ ন্যায়ালয়ৰ

নিৰ্বাচনী ব’ণ্ডক লৈ SBIৰ আবেদন খাৰিজ সৰ্বোচ্চ ন্যায়ালয়ৰ। নিৰ্বাচন আয়োগক নিৰ্বাচনী ব’ণ্ডৰ তথ্য দাখিলৰ নিৰ্দেশ আদালয়ৰ। ১২ মাৰ্চৰ ভিতৰত সমগ্ৰ তথ্য দাখিলৰ নিৰ্দেশ চুপ্ৰীম ক’ৰ্টৰ। তথ্য দাখিলৰ বাবে সময়সীমা বৃদ্ধিৰ আহ্বান জনাইছিল SBIয়ে। ৩০ জুনলৈ সময়সীমা বৃদ্ধিৰ আহ্বান জনাইছিল SBIয়ে। SBIৰ সেই আবেদন সোমবাৰে খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিলাসীপাৰাৰ মায়াৰচৰত চাঞ্চল্যকৰ ঘটনা! বিয়াৰ প্ৰলোভনেৰে মহিলাৰ ধন-সোণ লুট

বিলাসীপাৰাৰ মায়াৰচৰ ১ম খণ্ডত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।...

বাহ্যিক আড়ম্বৰবিহীন উপাসনাৰে এখন ব্যতিক্ৰমী দুৰ্গাপূজাস্থলী; ২৮২ বছৰীয়া ঐতিহ্যৰে নিৰৱে চলি আহিছে উপাসনা

দুৰ্গোৎসৱক লৈ ৰাজ্যৰ চৌদিশে এতিয়া উখল-মাখল পৰিৱেশ। আটকধুনীয়া পূজামণ্ডপ,...

মুকলি আকাশৰ তললৈ অমৃতপ্ৰভা মহন্ত; হাফলং উপ-কাৰাগাৰৰ পৰা পুৱা ৬:৩০ বজাত মুক্তি

অৱশেষত কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ ওলাল অমৃতপ্ৰভা মহন্ত।...