ঘোষণা হ’ল অগপৰ লোকসভা প্ৰাৰ্থীৰ নাম

0 365

ঘোষণা হ’ল অগপৰ লোকসভা প্ৰাৰ্থীৰ নাম। বৰপেটা সমষ্টিত ফণীভূষণ চৌধুৰীক প্ৰাৰ্থিত্ব।
ধুবুৰী সমষ্টিত জাবেদ ইছলামক প্ৰাৰ্থিত্ব । সংবাদমেলত আনুষ্ঠানিকভাৱে ঘোষণা অগপ নেতৃত্বৰ।

Leave A Reply

Your email address will not be published.