অৰুণাচলত মোদীয়ে উদ্বোধন কৰিব বিশ্বৰ আটাইতকৈ সুদীৰ্ঘ বাইলেন টানেল

অৰুণাচলত মোদীয়ে উদ্বোধন কৰিব বিশ্বৰ আটাইতকৈ সুদীৰ্ঘ বাইলেন টানেল। ৮২৫ কোটি টকাৰে নিৰ্মাণ কৰা হৈছে ছেলা টানেল। আজি প্ৰধানমন্ত্ৰীয়ে দেশবাসীলৈ উছৰ্গা কৰিব ছেলা টানেল। ১৩,০০০ ফুট উচ্চতাত থকা এই টানেলে দূৰত্ব হ্ৰাস কৰিলে টাৱাঙৰ। চীনৰ নিকট হোৱা বাবে সকলো সময়তে যাব পৰা পথ হিচাপে নিৰ্মাণ এই টানেল। শীতকালত ছেলাপাছেদি টাৱাঙৰ পথত গাড়ী যাত্ৰা প্ৰায়েই হয় ব্যাহত। এই টানেলৰ ফলত টাৱাঙলৈ বছৰৰ সকলো সময়তে যাব পাৰিব। BROএ নিৰ্মাণ কৰা এই টানেলত আছে দুটা সুৰংগ পথ। টানেলৰ এটা টিউবৰ দৈৰ্ঘ্য হৈছে ৯৮০ মিটাৰ, ২নং টানেলৰ দৈৰ্ঘ্য ১,৫৫৫ মিটাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...