অসমৰ পৰা যোৱা তীৰ্থযাত্ৰীৰ লগত কোনে কৰিলে এনে কাম?

অসমৰ পৰা যোৱা তীৰ্থযাত্ৰীৰ বাছত আক্ৰমণ। দুৰ্বৃত্তৰ আক্ৰমণত মহিলা, শিশুসহ বহুকেইজন আহত। কোচবিহাৰৰ মেখলিগঞ্জ-চেঙেৰাবান্ধা বাইপাছত এই ঘটনা। হলদিবাৰীৰ হুজুৰ চাহেব মেলাত অংশ ল’বৰ বাবে গৈছিল দলটো। সোমবাৰে নিশা এখন বলেৰ’ৰ সৈতে সামান্যভাৱে খুন্দা লাগে বাছখন। ইয়াৰ পিছতে একাংশ লোকে অসমৰ পৰা যোৱা দলটোক আক্ৰমণ কৰে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...