ডাম্পাৰৰ খুন্দাত মৃত্যু ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাঁতোৰবিদৰ

উত্তৰ গুৱাহাটীত ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত মৃত্যু এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাঁতোৰবিদৰ। শনিবাৰে নিশা শিলসাঁকোত সংঘটিত হৈছিল এই দুৰ্ঘটনা। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ আছিল হেমন্ত দাস নামৰ সাঁতোৰবিদজন। GMCHত চিকিৎসাধীন অৱস্থাতে সোমবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে প্ৰতিভাৱান সাঁতোৰবিদজনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

এতিয়াৰে পৰা গুৱাহাটীৰ পৰাই কেইবাখনো দেশৰ ভিছাৰ বাবে কৰিব...

মুখ্যমন্ত্ৰীৰ ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ

অসমৰ ৫.৪২ লাখ শিক্ষাৰ্থীলৈ প্ৰথম কিস্তিৰ চেক বিতৰণৰ শুভাৰম্ভ...

গুৱাহাটীত প্ৰায় ৮ কোটি টকাৰ ড্ৰাগছ জব্দ; গ্ৰেপ্তাৰ দম্পতী

মহানগৰীৰ দিছপুৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা এক বৃহৎ অভিযানত...