কিমান সুৰক্ষিত গুৱাহাটী মহানগৰী? নিশা GS ৰোডত চাঞ্চল্যকৰ ঘটনা

নিশা মহানগৰীৰ GS ৰোডত চাঞ্চল্যকৰ ঘটনা। যুৱতীক অপহৰণৰ চেষ্টা উদণ্ড যুৱকৰ দলৰ।
অপহৰণত ব্যর্থ হৈ যুৱতীৰ সতীৰ্থক বাহনৰে খুন্দা। সতীৰ্থক বিলাসী বাহনেৰে মহটিয়াই নিলে উদণ্ড যুৱকে।
বাহনখনৰ গৰাকী পাঞ্জাবাৰীৰ হীৰকজ্যোতি পাঠক। ঘটনাৰ পাছৰে পৰা বাহনসহ পলাতক অভিযুক্ত। আহত যুৱতী-যুৱতীগৰাকীৰ সতীৰ্থক হাস্পতালত ভৰ্তি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ব্ৰিটিছবিৰোধী সংগ্ৰামৰ দুই বীৰ ছহিদ পিয়লি ফুকন-জীউৰাম দুলীয়া বৰুৱাক আজি শ্ৰদ্ধাৰে স্মৰণ

ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে অসমৰ মাটিত আত্মবলিদান দিয়া পিয়লি...

খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ মাজতে ভাৰতীয় টকাৰ মূল্য এসপ্তাহৰ সৰ্বনিম্ন স্তৰলৈ

বৃহস্পতিবাৰে আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য ০.২ শতাংশ...

দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্যিক কেবিনেটৰ বৈঠক সম্পন্ন; কি কি ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ ৰাজ্যিক কেবিনেটৰ?

দিছপুৰৰ লোকসেৱা ভৱনত বৃহস্পতিবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত কেইবাটাও...

ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তেজনা

ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ...