ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল মালবাহী ৰে’ল

বৰঝাৰৰ বঙৰাত ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল মালবাহী ৰে’ল। কাম্যাখ্যা যোগীঘোপা ৰে’লপথত দুভাগ হ’ল চলন্ত মালবাহী ট্ৰেইন। যোগীঘোপা অভিমুখে গৈ থকা অৱস্থাত বিচ্ছিন্ন হয় ৰে’লখনৰ ডবা। কাম্যাখ্যা-যোগীঘোপা ৰে’লপথৰ 712 নম্বৰ ৰেলৱে ক্ৰচিংত এই ঘটনা। বহুসময় ধৰি ব্যাহত হৈ পৰে বহুকেইখন ৰে’লৰ চলাচল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কটন বিশ্ববিদ্যালয়ত বেডমিণ্টনৰ সুবিধা ব্যৱহাৰৰ বাবে অসম ক্ৰীড়া প্ৰাধিকৰণৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ

কটন বিশ্ববিদ্যালয়ত অৱস্থিত বেডমিণ্টন খেলৰ সুবিধাৰ ব্যৱহাৰৰ উদ্দেশ্যে কটন...

LPGৰ ঠাই ল’ব নেকি ইথানলে? ইয়াক পানীৰ সৈতে মিহলি কৰাৰ আঁৰৰ যুক্তি কি?

শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ইথানল ভিত্তিক ষ্ট’ভ প্ৰযুক্তিৰ...

এটা আমৰ বাবে ১৫ৰ পৰা ১৮ হাজাৰ টকাৰ নিবিদা…

আমক লৈ চৰ্চিত হৈ পৰিছে এখন বিশেষ ঠাই। জাপানৰ...

এজন অধিবক্তা কেতিয়া উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হয়?

ভাৰতৰ উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ হিচাপে নিযুক্তিৰ বাবে উচ্চতম ন্যায়ালয়ৰ...