নিযুক্তি পৰীক্ষাত নকল কৰিলে ১ লাখ টকা পৰ্যন্ত হ’ব জৰিমনা

চৰকাৰী নিযুক্তি পৰীক্ষা সম্পৰ্কীয় বিধেয়ক উত্থাপন বিধানসভাত
নিযুক্তি পৰীক্ষাৰ আসোঁৱাহ দূৰ কৰিবলৈ বিধেয়ক উত্থাপন চৰকাৰৰ
পৰীক্ষাৰ বিসংগতি ধৰা পৰিলে কঠোৰ শাস্তিৰ ব্যৱস্থা বিধেয়কত
প্ৰশ্নকাকত ফাদিলত জড়িতৰ বিৰুদ্ধে ৫-১০ বছৰ পৰ্যন্ত কাৰাবাসৰ ব্যৱস্থা
নিযুক্তি পৰীক্ষাত নকল কৰিলে ১ লাখ টকা পৰ্যন্ত হ’ব জৰিমনা
নকল ধৰা পৰিলে হ’ব পাৰে ৩ বছৰ পৰ্যন্ত জে’ল

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...