২৮ নৱেম্বৰত গুৱাহাটীত ভাৰত-অষ্ট্ৰেলিয়াৰ T20 মেচ; টিকটৰ দামসমূহ জানেনে?

২৮ নৱেম্বৰত গুৱাহাটীত ভাৰত-অষ্ট্ৰেলিয়াৰ T20 মেচ। কাইলৈ পুৱা ৯ বজাৰ পৰা BookMyShowযোগে উপলব্ধ হ’ব টিকট। কেটেগৰী অনুসৰি টিকটৰ দামসমূহ জানেনে?

১. ৱেষ্ট ষ্টেণ্ড ব্লক ই ছেকেণ্ড ফ্ল’ৰ(কেৱল শিক্ষাৰ্থীৰ বাবে) ৫০০ টকা
২. ৱেষ্ট ষ্টেণ্ড ব্লক এফ ছেকেণ্ড ফ্ল’ৰ(কেৱল শিক্ষাৰ্থীৰ বাবে) ৫০০ টকা
৩. ৱেষ্ট ষ্টেণ্ড ব্লক ই ফাৰ্ষ্ট ফ্ল’ৰ ১,৫০০ টকা
৪. ৱেষ্ট ষ্টেণ্ড ব্লক এফ ফাৰ্ষ্ট ফ্ল’ৰ ১,৫০০ টকা
৫. ৱেষ্ট ষ্টেণ্ড ব্লক ই গ্ৰাইণ্ড ফ্ল’ৰ ২,০০০ টকা
৬. ৱেষ্ট ষ্টেণ্ড ব্লক এফ গ্ৰাইণ্ড ফ্ল’ৰ ২,০০০ টকা
৭. ইষ্ট ষ্টেণ্ড ব্লক বি ছেকেণ্ড ফ্ল’ৰ ৭৫০ টকা
৮. ইষ্ট ষ্টেণ্ড ব্লক বি ফাৰ্ষ্ট ফ্ল’ৰ ১,৫০০ টকা
৯. ইষ্ট ষ্টেণ্ড ব্লক বি গ্ৰাইণ্ড ফ্ল’ৰ ২,০০০ টকা
১০. নৰ্থ ষ্টেণ্ড ব্লক জি গ্ৰাউণ্ড ফ্ল’ৰ ৩০০০ টকা
১১. নৰ্থ ষ্টেণ্ড ব্লক এ গ্ৰাউণ্ড ফ্ল’ৰ ৩০০০ টকা
১২. নৰ্থ ষ্টেণ্ড ব্লক জি থাৰ্ড ফ্ল’ৰ ১,৫০০ টকা
১৩. নৰ্থ ষ্টেণ্ড ব্লক এ থাৰ্ড ফ্ল’ৰ ১,৫০০ টকা
১৪. ছাউথ ষ্টেণ্ড ব্লক চি থাৰ্ড ফ্ল’ৰ ১,৫০০ টকা
১৫. ছাউথ ষ্টেণ্ড ব্লক ডি থাৰ্ড ফ্ল’ৰ ১,৫০০ টকা
১৬. ছাউথ ষ্টেণ্ড ব্লক চি গ্ৰাউণ্ড ফ্ল’ৰ ৩,০০০ টকা
১৭. ছাউথ ষ্টেণ্ড ব্লক ডি গ্ৰাউণ্ড ফ্ল’ৰ ৩,০০০ টকা
১৮. ছাউথ ষ্টেণ্ড ব্লক চি ছেকেণ্ড ফ্ল’ৰ ৪,০০০ টকা
১৯. ছাউথ ষ্টেণ্ড ব্লক ডি ছেকেণ্ড ফ্ল’ৰ ৪,০০০ টকা

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধিৰ পিছত ৰাজ্যবাসীলৈ পৰিবহন মন্ত্ৰীৰ আহ্বান

দেশজুৰি পেট্ৰ’ল আৰু ডিজেলৰ দাম বৃদ্ধি পোৱাৰ সময়তে অসমৰ...

জনজাতি সুৰক্ষা মঞ্চৰ সংবাদমেল; ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে সৰৱ

গুৱাহাটীৰ কেশৱ ধামত জনজাতি সুৰক্ষা মঞ্চ, অসম প্ৰদেশৰ এখন...

চৰৰ মুছলমান প্ৰসংগত অসম সাহিত্য সভাৰ সভাপতিৰ মন্তব্যই জোকাৰিছে ৰাজ্য

চৰৰ মুছলমান প্ৰসংগত অসম সাহিত্য সভাৰ সভাপতিৰ মন্তব্য।মুছলমান মানেই...

আকাশমাৰ্গতে দুখন যুদ্ধ বিমানৰ ভয়ংকৰ সংঘৰ্ষ

আমেৰিকাত এয়াৰ শ্ব’ৰ মাজতে শিহৰণকাৰী দুৰ্ঘটনা।আকাশমাৰ্গতে দুখন যুদ্ধ বিমানৰ...