কংগ্ৰেছৰে মিত্ৰতা কৰিবলৈ আজমলৰ বক্ৰপথ!

বাৰে বাৰে AIUDFৰ মিত্ৰতাৰ প্ৰস্তাৱ কংগ্ৰেছে প্ৰত্যাখ্যান কৰাৰ পিছত এইবাৰ কৌশল সলাইছে আজমল বাহিনীয়ে। কংগ্ৰেছ নেতৃত্বক হেঁচা প্ৰদানৰ বাবে দেশৰ আন আন বিৰোধী দলৰ সৈতে বন্ধুত্ব গঢ়ি তোলাৰ প্ৰয়াস AIUDFৰ। সেই উদ্দেশ্যেৰেই নীতিশ কুমাৰ আৰু শাৰদ পাৱাৰৰ শৰণাপন্ন হৈছে বদৰুদ্দিন আজমল। ইফালে আজমল বাহিনীৰ এই তৎপৰতাক লৈ সৰৱ হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছ।

কংগ্ৰেছৰে মিত্ৰতা কৰিবলৈ আজমলৰ বক্ৰপথ!

মিত্ৰতাৰ নতুন কৌশলেৰে আজমল পাটনাত

কংগ্ৰেছৰ পৰা উপেক্ষিত হৈ নতুন সংগীৰ সন্ধান

নীতিশ কুমাৰ আৰু শাৰদ পাৱাৰৰ শৰণাপন্ন আজমল

JDUৰ নেতা নীতিশ কুমাৰক দলে-বলে সাক্ষাৎ আজমলৰ

নীতিশ কুমাৰৰ শৰণাপন্ন AIUDF

NCP নেতা শাৰদ পাৱাৰকো সাক্ষাৎ AIUDFৰ প্ৰতিনিধি দলৰ

‘নীতিশ কুমাৰৰ আমন্ত্ৰণত গৈছে আমাৰ প্ৰতিনিধি’

‘মিত্ৰতা কোনো দলৰ সৈতে হোৱা নাই’ : AIUDF

অসমৰ ৰাইজে AIUDFক নিবিচাৰে : কংগ্ৰেছ

হাইকমাণ্ডে সিদ্ধান্ত ল’লে আমি মানিব লাগিব : কমলাক্ষ্য

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

আমেৰিকাত ভাৰতৰ ২৮ বছৰীয়া যুৱকক গুলীয়াই হত্যা

পুনৰ আমেৰিকাত ভাৰতীয় যুৱকৰ সৈতে ভয়ংকৰ ঘটনা। আমেৰিকাৰ ফেলাডেলফিয়াৰ...

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ…

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ। ৰিচা চাড্ডা...

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...