এইবাৰ বিহুত আপোনাৰ প্ৰিয় শিল্পী আচুৰ্য বৰপাত্ৰই ক’ত, কেতিয়া অনুষ্ঠান পৰিৱেশন কৰিব?

পদূলিমুখত হেঁপাহৰ ৰঙালী। ৰাজ্যজুৰি এতিয়া ৰঙালীক আদৰাৰ প্ৰস্তুতি তুংগত। প্ৰান্তে প্ৰান্তে এতিয়া শুনিবলৈ পোৱা গৈছে ঢোলৰ গুমগুমনি। বিহুৰ আখৰাত ব্যস্ত ডেকা–গাভৰুসকল। বিহু মঞ্চত কঁকাল ভাঙিবলৈ এতিয়া দিনে–নিশা চলাইছে প্ৰস্তুতি। ঠায়ে ঠায়ে চলিছে বিহুৰ আখৰা, ঢোল–পেঁপা–গগণাৰ মাতত ৰজনজনাইছে আকাশ–বতাহ।

আন আন শিল্পী সকলৰ দৰে বিহু মঞ্চৰ বাবে সাজু হৈছে সকলোৰে মৰমৰ কন্ঠশিল্পী আচুৰ্য বৰপাত্ৰ। ১৪ এপ্ৰিল তাৰিখে পশ্চিম গুৱাহাটী, ভৰলুমুখৰ পৰা আৰম্ভ হ’ব আচুৰ্য বৰপাত্ৰৰ অনুষ্ঠান। ইতিমধ্যে, শিল্পীজনে প্ৰথমখন তালিকা ৰাজহুৱা কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...