জৰুৰী নহ’লে মেঘালয়লৈ নাযাব! মেঘালয় প্রশাসনৰ সতৰ্কবাণী

  • মেঘালয়ত প্ৰবল বৰষুণৰ আগজাননী
  • বতৰ বিজ্ঞান কেন্দ্রই জাৰি কৰিছে এই সতৰ্কবাণী
  • সম্ভাব্য বৰষুণৰ বাবে বিশেষ সতৰ্কতা মেঘালয় প্রশাসনৰ
  • জৰুৰী নহ’লে মেঘালয়লৈ নাযাবলৈ আহ্বান প্রশাসনৰ
  • পূব জয়ন্তীয়া হিলছৰ উপায়ুক্তই জাৰি কৰিলে এই জাননী
  • সোমবাৰ আৰু মঙলবাৰে মেঘালয় ভ্ৰমণ নকৰিবলৈ আহ্বান
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিশ্বৰ মহাকাশ দৌৰত ভাৰতৰ নতুন লক্ষ্য

মহাকাশ ক্ষেত্ৰত বৃহৎ লক্ষ্য নিৰ্ধাৰণ কৰিছে ভাৰতে। ২০৩০ চনৰ...

৩৬ বছৰ বয়সতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় মাৰ্ক উডৰ

ইংলেণ্ডৰ তাৰকা পেচ বলাৰ মাৰ্ক উডে ৩৬ বছৰ বয়সত...

বিজেপি ত্যাগ সংগীত শিল্পী সীমান্ত শেখৰৰ; বিজেপিৰ সকলো পদ ত্যাগ সংগীত শিল্পীগৰাকীৰ

বিজেপিৰ সকলো পদ ত্যাগ সীমান্ত শেখৰৰ, এৰিলে চলচ্চিত্ৰ বিত্ত...

এছিয়ান গেমছত ভাৰতৰ প্ৰথমটো স্বৰ্ণ; মহিলা ক্ৰিকেটৰ জৰিয়তে স্বৰ্ণ জয় ভাৰতৰ

এছিয়ান গেমছত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদকৰ সন্ধান অৱশেষত সফল...