‘মুখ্যমন্ত্ৰী মহোদয়, মাজুলীৰ ৰাইজক বচাওক’

মাজুলীত পয়ালগা স্বাস্থ্যখণ্ডৰ এক ভয়ংকৰ ছবি। ৩৫ বছৰীয়া এজন লোকে বুকুৰ বিষ অনুভৱ কৰাত ভৰ্তি কৰোৱা হৈছিল মাজুলীৰ জিলা চিকিৎসালয়ত। কিন্তু প্ৰাৰম্ভিক চিকিৎসা কৰিবলৈও নাছিল পৰ্যাপ্ত ঔষধ। চিকিৎসক উপস্থিত আছিল যদিও নাছিল কোনো টেকনিচিয়ান। একপ্ৰকাৰ চিকিৎসাৰ অভাৱত মৃত্যু হ’ল আদিত্য পায়েং নামৰ দুটা সন্তানৰ পিতৃ লোকজনৰ। তেজস্বিতাৰ মৃত্যুৰ পিছত চৰকাৰ তথা স্বাস্থ্যমন্ত্ৰীয়ে বহু প্ৰতিশ্ৰুতি দিছিল। পিছে, মাজুলীবাসীৰ বাবে সেই প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়েই ৰ’ল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দেশত ডিজিটেল এৰেষ্টৰ নামত ৮ মাহত ৬৪৭ কোটি টকাৰ প্ৰৱঞ্চনা, ২১,৯০০টা ঘটনা

দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ডিজিটেল এৰেষ্টৰ নামত চাইবাৰ প্ৰৱঞ্চনাৰ...

২০২৫ বৰ্ষৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা ঘোষণা

২০২৫ বৰ্ষৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ...

জৰ্ডানৰ গীৰ্জাত গুলীচালনা, ৭জন লোক নিহত হোৱাৰ লগতে ৪০জন আহত

জৰ্ডানত শুকুৰবাৰে এটা গীৰ্জা ঘৰত অন্ত্যেষ্টিক্ৰিয়া চলি থকাৰ সময়তে...