মল্লিকাৰ্জুন খাৰ্গেৰ কান্ধত দল পৰিচালনাৰ দায়িত্ব

AICCৰ পৰৱৰ্তী সভাপতি হিচাপে নিৰ্বাচিত হৈছে গান্ধী পৰিয়ালৰ অতি ঘনিষ্ঠৰূপে পৰিচিত মল্লিকাৰ্জুন খাৰ্গে। বুধবাৰে ঘোষিত ফলাফল অনুসৰি ৬ হাজাৰতকৈ অধিক ভোটৰ ব্যৱধানত প্ৰতিদ্বন্দ্বি প্ৰাৰ্থী শশী থাৰুৰক পৰাস্ত কৰিছে খাৰ্গেই। সুদীৰ্ঘ ২৪ টা বছৰৰ মূৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতিৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল। বিগত ২২ বছৰ ধৰি গান্ধী পৰিয়ালৰ হাততেই আছিল সভাপতিৰ পদ। শেষবাৰৰ বাবে AICCত গান্ধী পৰিয়ালৰ বাহিৰৰ সভাপতি আছিল সীতাৰাম কেশৰী। আৰু এইবাৰ অনুষ্ঠিত নিৰ্বাচনত শশী থাৰুৰক হৰুৱাই বিজয়ী হয় গান্ধী পৰিয়ালৰ অতি ঘনিষ্ট বুলি জনাজাত প্ৰবীন কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিবাহযাত্ৰীৰ বাছ দুৰ্ঘটনাগ্ৰস্ত, নিহত ৬

শোকাৱহ পথ দুৰ্ঘটনাই জোকাৰিছে উত্তৰ প্ৰদেশৰ হাপুৰ। বিবাহযাত্ৰীৰ বাছ...

৩ খন সফল আই পি এল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এ চি এৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

গুৱাহাটীৰ এচিএ ষ্টেডিয়ামত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ তিনিখন খেলৰ সফল...

গুৱাহাটীত অষ্টম পুৰুষ-মহিলা ৰাষ্ট্ৰীয় যুৱ বক্সিং চেম্পিয়নশ্বিপ

দেশৰ ৩৩ খন ৰাজ্যৰ প্ৰায় আঠশ খেলুৱৈ, প্ৰশিক্ষক, কাৰিকৰী...