২৪লৈ কঁকালত টঙালী বান্ধিছে বিজেপিয়ে অসমআঞ্চলিকগুৱাহাটী 85 By NKTV Digital Share FacebookXWhatsAppTelegram সমাগত লোকসভা নিৰ্বাচনত মিছন ১২+ৰ লক্ষ্যত উপনীত হ’বলৈ কঁকালত টঙালী বান্ধিছে বিজেপিয়ে। বৰ্তমান বিৰোধীৰ দখলত থকা নগাঁও, কলিয়াবৰ আৰু বৰপেটা সমষ্টিত বিশেষ দায়িত্ব দিয়া হৈছে ২ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কিৰেণ ৰিজিজুক। Author: NKTV Digital Previous articleমল্লিকাৰ্জুন খাৰ্গেৰ কান্ধত দল পৰিচালনাৰ দায়িত্বNext articleগৃহৰক্ষী বাহিনীৰ জোৱানৰ দৈনিক ভাট্টা ৭৬৭ টকালৈ বৃদ্ধি NKTV Digital Popular জামুগুৰিহাটত চিলনী চোৰৰ সন্ত্ৰাস! মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই উধাও দুই যুৱক চিয়াং জলবিদ্যুৎ প্ৰকল্পৰ বিৰোধিতাক কেন্দ্ৰ কৰি উত্তপ্ত পাছিঘাট: আৰক্ষী থানা, NHPC কাৰ্যালয়সহ বহুকেইখন বাহনত অগ্নিসংযোগ প্ৰতিবাদকাৰীৰ দেশত ডিজিটেল এৰেষ্টৰ নামত ৮ মাহত ৬৪৭ কোটি টকাৰ প্ৰৱঞ্চনা, ২১,৯০০টা ঘটনা ২০২৫ বৰ্ষৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা ঘোষণা জৰ্ডানৰ গীৰ্জাত গুলীচালনা, ৭জন লোক নিহত হোৱাৰ লগতে ৪০জন আহত More like thisRelated জামুগুৰিহাটত চিলনী চোৰৰ সন্ত্ৰাস! মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই উধাও দুই যুৱক NKTV Digital - October 24, 2026 জামুগুৰিহাটত পুনৰ চিলনী চোৰৰ ঘটনা সংঘটিত হৈছে। অঞ্চলটোৰ কৰতিপাৰ... চিয়াং জলবিদ্যুৎ প্ৰকল্পৰ বিৰোধিতাক কেন্দ্ৰ কৰি উত্তপ্ত পাছিঘাট: আৰক্ষী থানা, NHPC কাৰ্যালয়সহ বহুকেইখন বাহনত অগ্নিসংযোগ প্ৰতিবাদকাৰীৰ NKTV Digital - October 24, 2026 অৰুণাচল প্ৰদেশৰ ইষ্ট চিয়াং জিলাৰ পাছিঘাটত ছিয়াং আপাৰ মাল্টিপাৰপাছ... দেশত ডিজিটেল এৰেষ্টৰ নামত ৮ মাহত ৬৪৭ কোটি টকাৰ প্ৰৱঞ্চনা, ২১,৯০০টা ঘটনা NKTV Digital - October 24, 2026 দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ডিজিটেল এৰেষ্টৰ নামত চাইবাৰ প্ৰৱঞ্চনাৰ... ২০২৫ বৰ্ষৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা ঘোষণা NKTV Digital - October 24, 2026 ২০২৫ বৰ্ষৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ...