কেনে যাব আপোনাৰ আজিৰ দিনটো? NK ৰাশিফল

মেষ : কর্মত দৃঢ়তা থাকিব। আনৰ ওপৰত সকলো নিৰ্ভৰ নকৰিব। দুষ্টৰ সংগ ত্যাগ কৰক। প্রতিযোগিতাত জয়লাভ। পাণ্ডিত্য প্রতিভা থাকিব।

বৃষ : মনৰ উদ্যম বাঢ়িব। সন্তানৰ পৰা সু-সংবাদ পাব। পানীৰ পৰা ভয়। আধিপত্য বিস্তাৰ কৰিব পাৰিব। সাহিত্যিক-সাংবাদিকৰ সুনাম।

মিথুন : কৰ্মত বলিষ্ঠ সংযোগ। পদোন্নতি বা বদলিৰ যোগ। শত্ৰু কমিব। ধন ধাৰলৈ নিদিয়াই ভাল। নতুন বন্ধু লাভ। পেটৰ অসুখ হ’ব পাৰে। ভ্রমণ।

কৰ্কট : সুস্থিৰ মীমাংসাত উপনীত হ’ব পাৰিব। নতুন বন্ধু লাভ। ৰাজনীতিত নতুন আশাৰ সঞ্চাৰ। গুৰু কৃপা লাভ কৰিব। চিত্ৰকৰৰ সুনাম।

সিংহ : কর্মত সুখ্যাতি লাভ। আনৰ কথা লৈ মূৰ নঘমাব। ৰাজনীতিত উদ্যম থাকিব। দাম্পত্যত জীৱন সুখ-শান্তিময়। শত্ৰু কমিব।

কন্যা : পাৰিবাৰিক জীৱনৰ ব্যস্ততা বাঢ়িব। ৰাজহুৱা কামত সুখ্যাতি। নিৰামিষ খাওক। শত্রু পদানত হ’ব। ক্ৰীড়াত সুনাম। বিদ্যাত সুখ।

তুলা : কর্মক্ষেত্ৰত যথেষ্ট চিন্তা-ভাবনা থাকিব। গাম্ভীর্যতা প্রকাশ পাব। ভুল চিন্তা মনলৈ নানিব। পাণ্ডিত্য প্রতিভা থাকিব।

বৃশ্চিক : পাণ্ডিত্য প্রতিভা প্রকাশ পাব। ভাতৃৰ উন্নতিয়ে আনন্দ দিব। মনোবল অটুট থাকিব। ৰক্তজনিত ৰোগত ভুগিব পাৰে। ভ্ৰমণত শুভ। বিদ্যাত কষ্ট।

ধনু : কর্মত দৃঢ়তা থাকিব। আৱেগ বর্জন কৰক। সততা ৰক্ষা পাৰিব। সন্তানক লৈ চিন্তা। ক্রীড়াত সুনাম বৃদ্ধি পাব। শত্রু কমিব। সম্পদ লাভ।

মকৰ : কোনো সুখবৰ পাব। মনোবলৰ জোৰতে বহুতখিনি কাম হৈ উঠিব। বুদ্ধিবৃত্তিত গাম্ভীর্যতা থাকিব। সন্তানৰ শুভ। শিল্পীৰ সুনাম।

কুম্ভ : সৌভাগ্যৰ সংযোগ। বুদ্ধিবৃত্তিত নিজস্বতা থাকিব। নিৰামিষ খাদ্য খাওক। শাৰীৰিক-মানসিক উদ্যম থাকিব। প্রতিভা বিকাশৰ যোগ।

মীন : মনোবলৰ জোৰত বহু কাম সমাধা হ’ব। দুর্যোগপূর্ণ স্থান ত্যাগ কৰক। মাদক দ্রব্য বৰ্জন কৰক। কোনো লোকে সুযোগ ল’ব পাৰে। বিদ্যাত শুভ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বৰপেটাত বৃহৎ চাইবাৰ জালিয়াতি চক্ৰ উৎখাত: আৰক্ষীৰ জালত ৩ অভিযুক্ত

বৰপেটা জিলা আৰক্ষীয়ে এক বৃহৎ সফলতা অৰ্জন কৰি জিলাখনত...

অসম ক্ৰিকেট সন্থাৰ উদ্বোধনী বৰ্ষৰ অসম প্ৰিমিয়াৰ লীগ নিলামৰ বাবে খেলুৱৈৰ তালিকা যুগুত

অসম প্ৰিমিয়াৰ লীগৰ উদ্বোধনী সংস্কৰণৰ খেলুৱৈৰ তালিকা আনুষ্ঠানিকভাৱে ঘোষণা...