ডিমা হাচাও আৰু বৰাকৰ পৰিস্থিতিক লৈ জনতা ভৱনত জৰুৰী বৈঠক

বান-ভূমিস্খলনত বিধ্বস্ত ডিমা হাচাও আৰু বৰাকৰ পৰিস্থিতিক লৈ জনতা ভৱনত জৰুৰী বৈঠক। SDRF, NDRF, সেনা, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ সৈতে মুখ্য সচিবৰ বৈঠক। ডিমাহাচাও আৰু বৰাক উপত্যাকালৈ বান সাহায্য প্ৰেৰণ সন্দৰ্ভত আলোচনা।কাইলৈ ডিমাহাচাওলৈ প্ৰেৰণ কৰা হ’ব নিত্য ব্যৱহাৰ্য সামগ্ৰী। বুধবাৰে নিত্য ব্যৱহাৰ্য সামগ্ৰী লৈ ডিমাহাচাওলৈ যাব প্ৰথমখন বিমান। অতিৰিক্ত পথেদিও সামগ্ৰী যোগানৰ ব্যৱস্থা। ডিমা হাচাওৰ ৰে’লপথ, ৰাষ্ট্ৰীয় ঘাইপথ ক্ষিপ্ৰতাৰে মেৰামতি কৰাৰ সন্দৰ্ভত আলোচনা কৰে বৈঠকত। বিদুৎ যোগান আৰু টেলিফোন সংযোগকলৈয়ো আলোচনা। বান বিধ্বস্ত বৰাকৰ তিনি জিলালৈও প্ৰেৰণ কৰা হ’ব নিত্য ব্যৱহাৰ্য সামগ্ৰী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...

তামাৰহাটৰ গুমা ফেৰিঘাটত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত; নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

তামাৰহাটৰ গুমা ফেৰিঘাটত গংগাধৰ নদীত সংঘটিত হৈছে এক ভয়ংকৰ...

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো পদক; পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল দলীয় ইভেণ্টত ভাৰতৰ ৰূপৰ পদক

আইচি-নাগোয়া এছিয়ান গেমছত পদক অভিযান অব্যাহত ৰাখিছে ভাৰতে। পুৰুষৰ...