Cerebral aneurysm ৰোগত আক্ৰান্ত চীনৰ ৰাষ্ট্ৰপতি, কি এই ৰোগ, ইয়াৰ লক্ষণ কি কি? আপোনাৰো হব পাৰে নেকি এই বেমাৰ?

চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং বৰ্তমান অসুস্থ। জানিব পৰা অনুসৰি ছি জিংপিংয়ে মাৰাত্মক “চেৰিব্ৰেল এনিউৰিজমত” ৰোগত ভুগি আছে। তেখেতে বিগত ২০২১ বৰ্ষতে এই ৰোগত আক্ৰান্ত গৈ চিকিৎসালয়ত ভৰ্তি হ’ব লগা হৈছিল। জানিব পৰা গৈছে যে তেওঁ অস্ত্ৰোপচাৰৰ বাবে যোৱাৰ সলনি পৰম্পৰাগত চীনা ঔষধৰ দ্বাৰা চিকিৎসা কৰাটো পছন্দ কৰিছিল, যি ৰক্তনলীবোৰ কোমল কৰে আৰু এনিউৰিজম সংকুচিত কৰে।চীনৰ সংবাদ মাধ্যমে এই সন্দৰ্ভত বাতৰি সমপ্ৰচাৰ কৰা অনুসৰি কোভিড-19 ৰ সংক্ৰমণ সিথিল হোৱা পিছতে চীনত অনুস্থিত হোৱা বেইজিং শীতকালীন অধিবেশত বিদেশী নেতা সকলৰ পৰা নিজকে আঁতৰাই ৰাখিছিল।জিনপিঙৰ সাম্ভাব্য স্বাস্থ্য প্ৰতি সচেতনতা তেতিয়া আহিছে যেতিয়া তেওঁ বৰ্তমান চীনা ৰাষ্ট্ৰপতি হিচাপে তৃতীয় বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰিছে। যোৱা দহ বছৰত, তেওঁ চীনক তেওঁৰ শাসনৰ অধীনত অধিক সমৃদ্ধ, প্ৰভাৱশালী কৰাৰ চেষ্টা কৰিছে।বৰ্তমান সময়ত চীনৰ কিছুমান মুখ্য চহৰ বেইজিং আৰু ছাংহাই দেশত কোভিড-19 দ্ৰুতগতিত বাঢ়িছে যাৰ বাবে এমাহধৰি সেই ঠাই সমূহক লকডাউনৰ অধীনত ৰখা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...