বুধবৰীয়া সপ্তাহিক বজাৰত হঠাতে পগলা ম’হৰ তাণ্ডৱ!

পগলা ম’হৰ তাণ্ডৱ।পগলা ম’হৰ আক্ৰমণত গুৰুতৰভাবে আহত কেইবাজনো লোক। ধিঙৰ বুধবৰীয়া সপ্তাহিক বজাৰত সংঘটিত হৈছে এই ঘটনা। গুৰুতৰভাৱে আহত দেৱীকা বৰা আৰু জয়নাল উদ্দিনক সংকটজনক অৱস্থাত নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে। বুধবৰীয়া বজাৰত বিক্ৰীৰ বাবে আনিছিল এই পগলা ম’হটো । নিয়ন্ত্ৰণহীন ম’হটোক কেন্দ্ৰ কৰি আতংকময় পৰিৱেশ ধিঙৰ বজাৰত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ম্যানমাৰত নগা উগ্ৰপন্থীৰ শিবিৰত ভয়ংকৰ আক্ৰমণ, নিহত ৩৬ উগ্ৰপন্থী

ম্যানমাৰ সেনাই নগা উগ্ৰপন্থীৰ বিৰুদ্ধে চলোৱা এক ভয়ংকৰ সামৰিক...

সন্মুখত দুই লাখ নিযুক্তিৰ লক্ষ্য, HBS 2.0ৰ প্ৰথম নিযুক্তি সমাৰোহত ৪৩৯গৰাকীক নিযুক্তি পত্ৰ প্ৰদান মুখ্যমন্ত্ৰীৰ

ৰাজ্যত চৰকাৰী নিযুক্তিৰ ধাৰা অব্যাহত ৰাখি মুখ্যমন্ত্ৰী ড° হিমন্ত...