অৱশেষত মুকলি কৰি দিলে গাঁওবুঢ়া নাফৌ বৌহামক!

অৰুণাচলৰ লংডিঙৰ লাউকচিম গাঁৱৰ অপহৃত গাঁওবুঢ়া নাফৌ বৌহামক মুকলি NSCN -KYA গোটৰ। মঙলবাৰে দিনৰ ভাগত গাঁওবুঢ়াগৰাকীৰ মুক্তিৰ দাবীত প্ৰতিবাদ হৈছিল লংডিঙত। ৰাইজৰ প্ৰতিবাদত সেও মানি মুকলি কৰি দিলে গাঁওবুঢ়া নাফৌ বৌহামক৷ নাগালেণ্ডৰ মন জিলাত মুকলি কৰি দিয়ে গাঁওবুঢ়া নাফৌ বৌহামক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কৰ্ণাটকত শিশু শ্ৰমিকৰ বিৰুদ্ধে বৃহৎ অভিযান, উদ্ধাৰ ৮০০টা শিশু

শিশু শ্ৰমিকৰ বিৰুদ্ধে কৰ্ণাটক আৰক্ষীয়ে শনিবাৰে ৰাজ্যজুৰি চলোৱা আকস্মিক...

অসমত নল গাহৰিৰ আশাব্যঞ্জক পুনৰুত্থান: ৬ৰ পৰা ১৯৪লৈ বৃদ্ধি সংখ্যা

অসমৰ সংৰক্ষণমূলক প্ৰচেষ্টাই লাভ কৰিছে এক উল্লেখযোগ্য সফলতা। বিলুপ্তিৰ...

‘এইবাৰ মই টাৰ্গেট নেকি?’ জুবিন গাৰ্গৰ বন্ধু তথা সংগীতজ্ঞ পাৰ্থপ্ৰতিম গোস্বামীৰ বিস্ফোৰক পোষ্ট

জুবিন গাৰ্গৰ ন্যায় বিচাৰি মাত মাতি অহা বন্ধু পাৰ্থপ্ৰতিম...

প্ৰেম, সন্দেহ, হ/ত্যা…প্ৰেমৰ নামত আৰু কিমানে হেৰুৱাব লাগিব জীৱন?

গুৱাহাটী মহানগৰীৰ মাজমজিয়াত ৰিয়া হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নোযাওঁতেই ৰাজ্যত...