পুখুৰীত কোনে পেলাই থৈ গ’ল নৱজাতকৰ মৃতদেহ?

পুখুৰীত উপঙি থকা অৱস্থাত উদ্ধাৰ নৱজাতকৰ মৃতদেহ। নলবাৰীৰ ঘগ্ৰাপাৰত উদ্ধাৰ নৱজাতকৰ মৃতদেহ। অৰ্ধগলিত অৱস্থাত উদ্ধাৰ হৈছে নৱজাতকৰ মৃতদেহ। ঘটনাস্থলীত উপস্থিত হৈছে ঘগ্ৰাপাৰ আৰক্ষী। কোনে কি কাৰণত পেলাই দিছিল নৱজাতকটো সেয়া স্পষ্ট হোৱা নাই বৰ্তমানেও। আৰক্ষী উপস্থিত হৈ অনুসন্ধান অব্যাহত ৰাখিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...